Language :  

জিজ্ঞাসৰ বিষয়ে

Know more about Jigyas

১৯৯১ চনৰ ২৮ ফেব্ৰুৱাৰী ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ এই শুভ দিনটোতে অসমৰ বিদ্যায়তনিক ক্ষেত্ৰ খনত আত্মপ্ৰকাশ ঘটিছিল ’সাপ্তাহি ক জিজ্ঞাস’ৰ ৷ বৌদ্ধিক যাত্ৰাৰ ৩১ বছৰত সফলতাৰে পদাৰ্পণ কৰা জিজ্ঞাস প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এই ’সাপ্তা হিক জিজ্ঞাস’ অসমৰ একমাত্ৰ শৈক্ষিক বাৰ্তালোচনী ৷ যি সময়ত অসমৰ শিক্ষা জগতত, বিশেষকৈ গাওঁ অঞ্চলত, গৃহশিক্ষক আৰু আন কোনো নিৰ্ভৰযোগ্য সহায়ক গ্ৰন্থ, আলোচনী বা বাৰ্তালোচনীৰ বিশেষ ব্যৱস্থা নাছিল সেই সময়ত ছাত্ৰছাত্ৰী সকলৰ বৌদ্ধিক বিক াশৰ উত্তৰণত সহায়ৰ হাত আগবঢ়োৱাতোই আছিল আমাৰ এই জিজ্ঞাস বাৰ্তলোচনীৰ একমাত্ৰ উদ্দেশ্য ৷ সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত আজ িৰ দৰে বৈদ্যুতিন মাধ্যমৰ কোনো ব্যৱস্থাই নাছিল আৰু অসমৰ ছাত্ৰছাত্ৰী সকলে লাভ কৰা সুবিধা দেশৰ আন ৰাজ্যৰ ছাত্ৰছাত্ৰী ৰ তুলনাত বৰ পুতৌজনক আছিল ৷ সেয়েহে আমাৰ ছাত্ৰছাত্ৰী সকলেও যাতে বিদ্যায়তনিক দিশত কিছু সমল লাভ কৰিব পাৰে তাৰ বাবে আমি এই বাৰ্তালোচনী খন প্ৰকাশ কৰি অসমৰ চুকেকোণে শিক্ষাৰ প্ৰচাৰৰ দিহা কৰিছিলোঁ ৷ সেইমতে, বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰ ায় সকলো ছাত্ৰছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলে ’জিজ্ঞাসক’ সহৃদয়ে আদৰি লৈ আমাৰ উদ্দেশ্য সফল কৰিছিল ৷

Objective of JTSE

JIGYAS TALENT SEARCH EXAM

Jigyas Publication and Jigyas Educational Trust created history igniting an educational renaissance in the state 31years ago by publishing the first academic journal of Assam in the form of a weekly educational journal named “Jigyas”. Over the years. this journal has been widely acclaimed in the rural, semi-rural and urban areas of Assam. Consequently. this journal has been able to ignite the minds of students by promoting intellectual development.
There was a time when most of the students of Assam, were not acquainted with the national and state level competitive examinations. Therefore, our students were naturally deprived from the benefits associated with qualifying various state and national level examinations. To bring an end to this problem. Jigyas Educational Trust, started Jigyas Talent Search Examination (JTSE) in the year 2001. read more

HSLC-MOCK TEST

HSLC exam is the first state level competitive examination in the life of students. For each and every student, the prime aim is to pass the examination with flying colours. Parents too hope the same for their children. Since the past, this examination has been like a celebration of success in the life of every student. Undoubtedly, this examination is the first stepping stone in career building of the aspirants. With the result of this examination, a student dreams for his/her future. With a holy purpose to help the HSLC candidates to pass the examination successfully, the Jigyas Trust has been conducting a mock test among the students of class ten under SEBA since 2007 just before their final examination. To engage the students in their regular studies and get good grades in the finals is the sole motive of this Mock test. It is to be noted that, the answer sheets of the mock examination are evaluated and returned to the candidates so that they can correct their mistakes and prepare for their finals with much more confidence. We must say that, the mock examination appearing candidates of the past batches were able to get hold in the first twenty positions in their HSLC examination. For the upcoming Mock test, the students are hereby requested to contact us.

NOTICE BOARD

Notice & Information

  • New   08-02-2024

    RESULT DECLARATION OF JIGYAS TALENT SEARCH EXAMINATION- 2023 ON 8-02-2024 AT 1 PM

    View Document
  • New   08-02-2024

    LIST OF TOPPER CANDIDATES FROM CLASS  III TO X AND SECURED ABOVE 50% MARKS CLASSWISE

    View Document

জিজ্ঞাস প্ৰকাশন

বৰ্তমান একুৰি এঘাৰ বছৰীয়া জিজ্ঞ াস বাৰ্তালোচনীয়ে জন্মৰ প্ৰথমটি বছৰতে পঢ়ুৱৈ সমাজৰ পৰা যি সমাদৰ লাভ কৰিছিল সেই সমাদৰে জিজ্ঞ াস গোষ্ঠীৰ মনত বাৰ্তালোচনীখনৰ লগতে পঢ়ুৱৈৰ সহায়ক আন কিছুমান মূল্যবান গ্ৰন্থ নিজাববীয়াকৈ প্ৰকাশ কৰি উলিওৱাৰ মানসিকতাৰো উদগনি দিলে৷ তাৰে ফলস্ৰুতিত সমসাময়িকভাৱে ‘জিজ্ঞ াস প্ৰকাশন’ (Jigyas Printer and Publication)ৰো প্ৰতিষ্ঠা হ’ল৷ যদিও আৰম্ভণিতে জিজ্ঞ াস বাৰ্তালোচনীখন পষেকীয়া আছিল ৰাইজৰ মৰমৰ দাবীত ইয়াক সাপ্তাহিকভাবে প্ৰকাশ কৰিবলগীয়া হৈছিল৷ এইয়াই নহয়, উচ্ছতৰ মাধ্যমিক ে৷ ণীৰ পাঠ্যক্ৰম আৰুজ্ঞ ানসমৃদ্ধ গল্প-প্ৰবন্ধ-কৱিতা আদিৰে পৰিপূৰ্ণকৈ ৰাইজৰ দাবীত এখন ‘জিলিঙনি’ নামৰ সচিত্ৰ আলোচনীও কেইবা বছৰ ধৰি প্ৰকাশ কৰিবলগীয়া হৈছিল৷ প্ৰতিষ্ঠা কালৰে পৰা এই প্ৰকাশনে জিজ্ঞ াস বাৰ্তালোচনী, জিলিঙনি, প্ৰশ্নজিজ্ঞ াস, বহুকেইখন প্ৰাসংগিক পুথিৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে আন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰি আহিছে৷ ভৱিষ্যতে এই জিজ্ঞ াস প্ৰকাশনৰ পৰা আৰু কিছু মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা আছে৷

Check Latest Publish

About JTSE

Our History

1st Issue of Saptahik Jigyas

Latest Issue of Saptahik Jigyas

জিজ্ঞাসৰ প্ৰথম সংখ্যালৈ শুভেচ্ছাবাণী


প্ৰথম সংখ্যাৰ উল্লেখনীয় লিখকসকলৰ লিখনি

  • 1. ড॰ কুলেন্দু পাঠক : ৰাষ্ট্ৰীয় বিজ্ঞ ান পলিছি অনুসৰি বিকাশ হৈছে নে?
  • 2. নৱ কুমাৰ দাস : ৰাষ্ট্ৰীয় বিজ্ঞ ান দিৱস, কিছু চিন্তা
  • 3. উপেন্দ্ৰ নাথ চৌধুৰী : আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকললৈ দুআষাৰ
  • 4. চক্ৰধৰ দাস : ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ
  • 5. হোমেন বৰগোহঁাঞি : উন্নতিৰ প্ৰথম চৰ্ত – শিক্ষা
  • 6. অমৰজ্যোতি চৌধুৰী : পৰিৱেশ আৰু আমি
  • 7. জয়ন্ত কুমাৰ শৰ্মা : পদাৰ্থৰ অন্তিম গঠনৰ সন্ধান
  • 8. ড॰ সোণেশ্বৰ শৰ্মা : জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ

Article

Our thought