Objective of JTSE
JIGYAS TALENT SEARCH EXAMINATION
Jigyas Publication and Jigyas Educational Trust created history igniting an educational renaissance in the state 31years ago by publishing the first academic journal of Assam in the form of a weekly educational journal named “Jigyas”. Over the years. this journal has been widely acclaimed in the rural, semi-rural and urban areas of Assam. Consequently. this journal has been able to ignite the minds of students by promoting intellectual development.
There was a time when most of the students of Assam, were not acquainted with the national and state level competitive examinations. Therefore, our students were naturally deprived from the benefits associated with qualifying various state and national level examinations. To bring an end to this problem. Jigyas Educational Trust, started Jigyas Talent Search Examination (JTSE) in the year 2001. Through this exam it was intended to ignite the dormant competitive spirits in the mind of the young students. This is the reason why such an exam has been conducted from Class III to Class X standards.
In the last few years. the students of Assam have extensively supported and participated in the JTSE. It is worth mentioning that many of the students who have been awarded through JTSE are presently working in various capacities both at the State Level services and the National Level services. This exam has now established itself as an indispensable part of the academic competitive sphere of the state.
The objectives of JTSE in short
- To develop competitive academic mindset within the minds of the students studying in both Assamese and English medium schools from Class 3 to Class 10 standards.
- To prepare the students for national level competitive examinations like NTSE, NMNSE. NSTSE etc.
- To identify the talented students hidden in the villages, towns and cities of Assam and to help them develop their potential for a better future.
- To aid in nation building by cultivating the seeds of good education environment, ethics and development within the minds of the upcoming generation.
JTSE Course Syllabus
- Scholastic Aptitude Test (SAT) : For each class : The current syllabus prescribed by SEBA or CBSE.
- Mental Ability Test (MAT) :
Mental Ability Test is the measure of one’s general intelligence or primary abilities whereas Scholastic Aptitude Test is a test of one’s acquired knowledge in respective fields at certain level.
Some of the fundamental mental faculties of the students, such as-- Numerical, Verbal, Spatial, Reasoning and so for.There are two types of Mental Ability Test -Verbal and Non-Verbal. In a Verbal test an item in stated in language form whereas in a Non-Verbal test the item is represented in pictorial form. For each class the type of questions set in the examination are same. Only the difficulty level of the questions will be higher gradually from Class III to Class X.
জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা (JTSE)
JIGYAS TALENT SEARCH EXAMINATION
কিছুবছৰ আগলৈকে বিদ্যায়তনিক ক্ষেত্ৰখনত আমাৰ অসম দেশ আন বহুকেইখন ৰাজ্যৰ তুলনাত কিছু পিছ পৰি আছিল৷ শৈক্ষিক পৰিৱেশ, যোগাযোগ আৰু আৰ্থ-সামাজিক অনগ্ৰসৰতাই আছিল ইয়াৰ মূল কাৰণ৷
আজিৰ পৰা একত্ৰিশ বছৰ আগতেই জিজ্ঞাস প্ৰকাশন গোষ্ঠী আৰু জিজ্ঞাস শৈক্ষিক ন্যাসে সমগ্ৰ অসমতে এক শৈক্ষিক জাগৰণৰ সৃষ্টি কৰাৰ মানসেৰে অসমৰ একমাত্ৰ শৈক্ষিক বাৰ্তালোচনী ‘জিজ্ঞাস’ প্ৰকাশৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল৷ এই বাৰ্তালোচনীয়ে তেতিয়াৰে পৰা আজিপৰ্যন্ত অসমৰ চহৰীয়া অঞ্চলৰ লগতে মফচলীয়া অঞ্চলৰ পঢ়ুৱৈ সমাজৰ পৰা প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ পাৰ্যমানে এই কাকতৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বৌদ্ধিক বিকাশৰ অহৰহ প্ৰচেষ্টা চলাই ৰখা হৈছে৷
এটা সময় আছিল, যেতিয়া অসমৰ প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰী সৰ্বভাৰতীয় বা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত একেবাৰে অভ্যস্ত নাছিল৷ সেই হেতুকে সৰ্বভাৰতীয় বহু সেৱাত অসমৰ ছাত্ৰ-ছাত্ৰী প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হ’ব লগাত পৰিছিল৷
এই সমস্যা সমাধানৰ প্ৰতি সহাঁৰি জনোৱাৰ উদ্দেশ্যে জিজ্ঞাস শৈক্ষিক ন্যাস (Jigyas Educational Trust) এ ২০০১ বৰ্ষৰ পৰা জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা (JTSE) আৰম্ভ কৰিছিল৷ পৰীক্ষাটোৰ দ্বাৰা প্ৰাথমিক পৰ্যায়ৰ পৰাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰতিযোগিতাৰ ভাৱধাৰা উদয় হয় তাৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হৈ আহিছে৷ বিগত ২০ বছৰৰ পৰা এই পৰীক্ষালৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বিপুলভাৱে সঁহাৰি জনাই আহিছে৷
উল্লেখনীয় যে JTSE পৰীক্ষাত পুৰষ্কৃত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ৰাজ্যিক পৰ্যায়ৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়তো সাফল্য লাভ কৰি বিভিন্ন সেৱাত নিয়োজিত হ’বলৈ সক্ষম হৈছে৷ এই পৰীক্ষা এতিয়া অসমৰ এক অদ্বিতীয় প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে পৰিগণিত হৈছে৷
সংক্ষেপতে JTSE ৰ উদ্দেশ্যসমূহ
- অসমীয়াত আৰু ইংৰাজী উভয় মাধ্যমত অধ্যয়ন কৰি থকা তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ়ি তোলা৷
- NTSE, NMMSড্ৰ, NSTSE আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক যোগ্য কৰি তোলা৷
- অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে লুকাই থকা প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলক আৱিষ্কাৰ কৰা আৰু তেওঁলোকৰ ভৱিষ্যৎ জীৱন গঠনত সহায় কৰা৷
- সুস্থ শৈক্ষিক বাতাবৰণৰ জৰিয়তে অসমৰ উঠি অহা প্ৰজন্মৰ দ্বাৰা এখন শিক্ষিত সুস্থ, নিকা, উন্নত দেশ গঠন কৰাত সহায় কৰে৷
JTSE পাঠ্যক্ৰম
- শৈক্ষিক প্ৰৱণতা অভীক্ষা : প্ৰতিটো শ্ৰেণীৰ বাবে SEBট্ট অথবা CBSE-ৰ দ্বাৰা প্ৰৱৰ্ত্তিত নিজৰ নিজৰ পাঠ্যক্ৰম৷
- মানসিক সামৰ্থ অভীক্ষা :
মানসিক সামৰ্থ অভীক্ষা হ’ল এগৰাকী ব্যক্তিৰ সাধাৰণ বুদ্ধি বা মুখ্য সামৰ্থবোৰৰ পৰিমাপ৷ আকৌ শৈক্ষিক প্ৰৱণতা অভীক্ষা (SAT) হ’ল এটা বিশেষ স্তৰত তেওঁৰ নিজস্ব ক্ষেত্ৰত আৰ্জিত জ্ঞানৰ পৰিমাপ৷ ছাত্ৰ-ছাত্ৰীৰ সাংখ্যিক, শাব্দিক, স্থানাত্মক, যৌক্তিক আৰু অন্যান্য কেইটামান মানসিক সামৰ্থ পৰিমাপক৷
মানসিক সামৰ্থ অভীক্ষা দুই ধৰণৰ ঃ শাব্দিক (Verbal) আৰু অশাব্দিক (Non-Verbal)৷ শাব্দিক অভীক্ষাত প্ৰশ্নসমূহ ভাষাৰ মাধ্যমত উত্থাপন কৰা হয়, কিন্তু অশাব্দিক পৰীক্ষাত প্ৰশ্নসমূহ চিত্ৰৰ মাধ্যমতহে উপস্থাপন কৰা হয়৷ প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰশ্নৰ ধৰণ একেই হয়৷ মাত্ৰ প্ৰশ্নৰ কঠিনতাৰ স্তৰ তৃতীয়ৰ পৰা দশমলৈ ক্ৰমান্বয়ে উচ্ছখাপৰ হয়৷